ভয়ংকৰ! ভুল দিশেৰে গৈ আছিল বাছ; ফলত বাছখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে এখন গ্ৰেণ্ড আইটেনক, থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী মহিলা চিকিৎসকে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চূৰ্ণ-বিচূৰ্ণ হৈ যায় গ্ৰেণ্ড আইটেনখন
বঢ়মপুৰৰ (Brahmapur) নৰ্টম গাৱঁত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। যাত্ৰীবাহী বাছ আৰু গ্ৰেণ্ড আইটেনৰ ...
Read more