‘পত্নী আৰু খুলশালীয়ে মিলি মোক গৰু মাংস খোৱালে; মই এতিয়া এইখন পৃথিৱীত জীয়াই থকাৰ যোগ্য নহয়, সেইকাৰণে মই আত্মহত্যা কৰিবলৈ ওলাইছো…’ আত্মহত্যাৰ পূৰ্বে লিখি থৈ গ’ল ছুইচাইড নোট, Viral Suicide Note
গুজৰাটৰ (Gujrat) চুৰাটত (Surat) দুমাহ আগতে সংঘটিত আত্মহত্যাৰ (Suicide Case) ঘটনাটোত এক আচৰিত কথা প্ৰকাশ পাইছে। দৰাচলতে, উধনা (Udhana) অঞ্চলত ...
Read more