খং নামেই চণ্ডাল! এটা সাধাৰণ কথাৰ বাবে হৈছিল তৰ্ক-বিতৰ্ক; পৰিণতিত বায়েকৰ সন্মুখতে খুলশালীয়েকে ভিনিয়েকক ইটাৰে কোবাই কোবাই কৰিলে হত্যা (Murder), এই নোহোৱা-নোপজা ঘটনা অসমৰে
চিলাপথাৰ আৰক্ষী (Silapathar Police) থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিত (Demow Chariali) সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Horrific Incident)। দেওবাৰে নিশা প্ৰায় ...
Read more