সহ্যৰ সীমা পাৰ! দিনে-নিশাই জীয়েকৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে পিতৃয়ে; তাৰ পিছৰ পৰিণতি এয়া…দাৰে ঘপিয়াই ঘপিয়াই হত্যা (Murder) কৰিলে জোঁৱায়েকক, হত্যা কৰি থানাত আত্মসমৰ্পণ শহুৰৰ
শিৱসাগৰ জিলাৰ (Sivasagar District) ঘিলাগুৰিত (Ghilaguri) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা। নিশা শহুৰেকে দাৰে ঘপিয়াই ঘপিয়াই ...
Read more