গুৰুত্বপূৰ্ণ খবৰঃ ৰাজ্যত পুনৰ বৃদ্ধি হ’বলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ; মঙলবাৰে অসমত ৪৭৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত, কামৰূপ মহানগৰত ১৯০ গৰাকী
অসমত (Assam) পুনৰ বৃদ্ধি ক’ভিড (Covid)। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰোণা ভাইৰাছৰ (Corona Virus) সংক্ৰমণ। ...
Read more