হায় ৰে স্বাস্থ্য বিভাগ! ৩ মাহ পূৰ্বে এটি ৪ বছৰীয়া শিশুক কামুৰিছিল কুকুৰে; কিন্তু চিকিৎসকে ৰেবিছ ইঞ্জেকচন দিয়াৰ পৰিৱৰ্তে এটা TTবেজী আৰু মলম লগাই পঠাই দিছিল, এতিয়া কৰুণ মৃত্যুক সাৱটিলে শিশুটিয়ে
চিকিৎসকৰ অৱহেলাৰ বাবেই কৰুণ মৃত্যুক (Tragic Incident) সাৱটিলে এটি ৪ বছৰীয়া কণমানি শিশুৱে (4 Years Old Baby Died)। ঘটনাটো সংঘটিত ...
Read more