Thursday, September 19, 2024

Tag: এনকাউণ্টাৰ

পুনৰ এনকাউণ্টাৰ (Encounter); আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত মনজিৎ বসুমতাৰী, ৰাজা বড়ো হত্যাকাণ্ডত ব্যৱহৃত লুকাই থোৱা পিষ্টল দেখুৱাই দি এন্ধাৰৰ সুযোগ লৈ পলাবলৈ কৰিছিল চেষ্টা

অসম আৰক্ষীৰ (Assam Police) পুনৰ এনকাউণ্টাৰ (Encounter)। এইবাৰ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত (Dacoit) মনজিৎ বসুমতাৰী। চিৰাঙৰ (Chirang) হাগ্ৰামা দলঙৰ ...

Read more

ৰাজ্যত পুনৰ এনকাউণ্টাৰ; ড্ৰাগছ্ মাফিয়া আব্দুচ চামাদলৈ আৰক্ষীয়ে চলাই গুলী, ৪ কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈছিল আব্দুচে

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Encounter)। এইবাৰ মৰিগাঁও আৰক্ষীয়ে (Morigaon Police) গুলিয়াই ড্ৰাগছ্ মাফিয়া (Drugs Mafia) আব্দুচ চামাদক। মৰিগাঁও জাগীৰোডত (Morigaon ...

Read more

ৰাজ্যত পুনৰ এনকাউণ্টাৰ; আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওঁতেই সোঁ ভৰিত গুলীয়াই দুৰ্ধৰ্ষ ডকাইত ছৰিফুল ওৰফে ‘টিকলা’ক, ৪ দিন পূৰ্বে ৰাস্তাত এগৰাকী মহিলাৰ কাঢ়ি নিছিল বেগ

ৰঙিয়াত (Rangia) নিশা এনকাউণ্টাৰ (Encounter Case)। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত (Dacoit Injured) দুৰ্ধৰ্ষ ডকাইত ছৰিফুল হক ওৰফে টিকলা। ডকাইতটোৰ পৰা ...

Read more

আনন্দ মিশ্ৰ বিহীন প্ৰথমটো এনকাউণ্টাৰ (Encounter) নগাঁৱত; আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওঁতে ভৰিত গুলিয়াই চাহজাহান আলী নামৰ ড্ৰাগছ মাফিয়াটোক

ড্ৰাগছ মাফিয়াৰ (Drugs Mafia) বিৰুদ্ধে নগাঁও আৰক্ষীৰ (Nagaon Police) পুনৰ এনকাউণ্টাৰ (Again Encounter)। আনন্দ মিশ্ৰ (Anand Mishra) বিহীন প্ৰথমটো এনকাউণ্টাৰ ...

Read more

পুনৰ ৰাজ্যত এনকাউণ্টাৰ; পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ভৰিত গুলিয়াই ড্ৰাগছ ব্যৱসায়ী কুদ্দুছ আলীক, নগদ ধনসহ ড্ৰাগছো কৰে জব্দ

দৰঙত (Darrang) ড্ৰাগছ ব্যৱসায়ীক (Drugs Pedler Encounter) এনকাউণ্টাৰ। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় (Injured) ড্ৰাগছ ব্যৱসায়ী কুদ্দুছ আলী। ধুলা থানাৰ ...

Read more

ৰাজ্যত পুনৰ এনকাউণ্টাৰ; পলায়নৰ চেষ্টা চলাওতে আৰক্ষীয়ে ড্ৰাগছ বেপাৰী আমিৰৰ ভৰিত ২ জাঁই গুলী কৰে, লগতে উদ্ধাৰ ১১৫টা চাবোনৰ বাকচত ২০ কোটিৰ ড্ৰাগছ

পুনৰ অসম আৰক্ষীৰ (Assam Police) এনকাউণ্টাৰ (Encounter)। বোকাজানত আৰক্ষীৰ (Bokajan Police) এনকাউণ্টাৰ। ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাই গুলী (Police ...

Read more

ৰাজ্যত পুনৰ এনকাউণ্টাৰ; আৰক্ষীৰ গাড়ীৰ পৰা জাঁপ দি পলায়নৰ চেষ্টা চলাওতে ভৰিত গুলিয়াই দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া শিৱা ভূঞাক; বাঁও ভৰিত লাগে গুলী

ৰাজ্যত (Assam) পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ (Encounter) ঘটনা। এইবাৰ স্থান বিশ্বনাথ (Biswanath Police)। আৰক্ষীৰ গুলীত আহত হয় বিশ্বনাথ বালিপুখুৰীৰ দুৰ্ধৰ্ষ ...

Read more

ৰাজ্যত পুনৰ এনকাউণ্টাৰ; আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ভৰিত গুলিয়াই ড্ৰাগছ মাফিয়া আশ্বাদুল ইছলামক, আহত আৰক্ষীও

আনন্দ মিশ্ৰ বাহিনীৰ এনকাউণ্টাৰ (Encounter), গুলীবিদ্ধ ড্ৰাগছ মাফিয়া (Drugs Mafia Injured)। নগাঁও জিলাৰ (Nagaon District) ৰূপহীহাটত (Rupahihat) এই এনকাউণ্টাৰ (Encounter) ...

Read more

পুনৰ ৰাজ্যত এনকাউণ্টাৰ; ড্ৰাগছ ব্যৱসায়ী আজিজুৰ আৰু ছইদুলক ভৰিত গুলীয়াই আৰক্ষীয়ে, তদন্ত চলি থকাৰ মাজতে চেষ্টা কৰিছিল পলাবলৈ

বছৰৰ শেষৰ দিনা লখিমপুৰত (Lakhimpur) দুজনক একাউণ্টাৰ (Encounter)। দুজন ড্ৰাগছ ব্যৱসায়ীক গুলীচালনা (Police Firing) আৰক্ষীৰ। ভৰিত গুলীবিদ্ধ আজিজুৰ ৰহমান আৰু ...

Read more
Page 1 of 2 1 2

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist