৫ হাজাৰ টকাৰ ঘোচ (Bribe) লৈ ৰঙাঘৰৰ আলহী হ’ল এইজন আৰক্ষী বিষয়া; গোপন কেমেৰাত বন্দী হৈছিল উকোচ লোৱাৰ দৃশ্য, চাওক VIDEO
চাহ-পানীৰ খৰচৰ বাবে ৫ হাজাৰ টকাৰ ঘোচ (Bribe) লোৱা আৰক্ষী বিষয়াক (Police Officer) গ্ৰেপ্তাৰ (Arrest)। কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ (Karimganj ...
Read more