নিয়তিৰ নিষ্ঠুৰ পৰিহাস! ‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা; মই আৰু জীয়াই নাথাকিম ছাগে’- ছিকিমত হানিমুনত গৈ অকাল মৃত্যুক সাৱটি লোৱা স্বামীয়ে মৃত্যুৰ পূৰ্বে পত্নীৰ কোলাত শুই কৈ গ’ল এই কথা
ৰঙিয়াত (Rangia) সংঘটিত হৈছে এক হৃদয় বিদাৰক (Tragic Incident) ঘটনা। হানিমুনলৈ গৈ পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত ৰঙিয়াৰ ...
Read more