১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা অভিযুক্তৰ দাবী- ‘ছোৱালীজনীৰ তলৰ কাপোৰ খোলা নাছিলো; অন্তৰ্বাসো খোলা নাছিলো, এয়া ধৰ্ষণ নহয়’, এই দাবীত মেঘালয় উচ্চ ন্যায়ালয়ৰ শুনানি- ‘কাপোৰ নোখোলাকৈ কৰা বলপূৰ্বক কাৰ্যও ধৰ্ষণ’
মেঘালয় উচ্চ ন্যায়ালয়ে (Meghalaya High Court) এটা গোচৰৰ শুনানি প্ৰদান কৰি কৈছে যে 'কাপোৰ নোখোলাকৈয়ে কৰা বলপূৰ্বক কাৰ্যকো ধৰ্ষণৰ (Rape) ...
Read more