‘আনন্দ মিশ্ৰ (Anand Mishra) আতংক আছিল; কিন্তু সেই আতংক সাধাৰণ ৰাইজৰ বাবে নহয়, সেই আতংক আছিল চোৰ-ডকাইতৰ বাবে’- আনন্দ মিশ্ৰক নগাঁৱৰ পৰা বদলি কৰাৰ পিছতে এগৰাকী নগাঁৱৰ লোকৰ প্ৰতিক্ৰিয়া
আনন্দ মিশ্ৰ (Anand Mishra) অবিহনে পুনৰ ড্ৰাগছৰ ঘাটিলৈ পৰ্যবসিত হ'ব নেকি নগাঁও (Nagaon)। অপৰাধীৰ ৰম্যভূমিত পৰিণত হ'ব নেকি সমগ্ৰ নগাঁও ...
Read more