‘তাই পৰীক্ষা দিয়ক, কিন্তু আলফাত (Ulfa) নাযাও বুলি নোকোৱালৈকে এৰি নিদিও, কালি যদি সেই ছোৱালীজনীয়ে গণেশগুৰিত বোমাই ফুটাই দিয়ে তেতিয়া কি হ’ব, আলফালৈ নাযাও বুলি কথা দিলেই মুকলি কৰি দিম’- কাৰাবন্দী বৰ্ষাশ্ৰীক লৈ প্ৰথম প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোঁহাই (Barshashree Buragohain) সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ...
Read more