নাওবৈচাত নিকৃষ্ট কাণ্ড! পঢ়িব নোৱাৰাৰ বাবে ছাত্ৰ-ছাত্ৰীক জিভাৰে চেলেকি ডেস্ক-বেঞ্চ কৰোৱাই চাফা, লগতে লাঠিৰে কৰে মাৰধৰ!
নাওবৈচাৰ (Naoboicha) পানধোৱা ৰয়েল ভেলী একাডেমীৰ নিকৃষ্ট কৰ্ম। শাস্তিমূলকভাৱে ছাত্ৰ-ছাত্ৰীক জিভাৰে চেলেকি ডেস্ক-বেঞ্চ চাফা কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উৎথাপন হৈছে ...
Read more