‘আগত চুৰি কৰা নাই আজি প্ৰথম, প্ৰতিটো ঘৰতে সোমাইছো কিন্তু চুৰি কৰা নাই’- স্বীকাৰোক্তি চোৰৰ
আগতে মই চুৰি কৰা নাই, আজি প্ৰথম। ধৰা পৰাৰ পিছত সাংবাদিকৰ সন্মুখত এই স্বীকাৰোক্তি চোৰৰ। দক্ষিণ কামৰূপৰ সোণতলীত চোৰৰ সন্ত্ৰাস। ...
Read moreআগতে মই চুৰি কৰা নাই, আজি প্ৰথম। ধৰা পৰাৰ পিছত সাংবাদিকৰ সন্মুখত এই স্বীকাৰোক্তি চোৰৰ। দক্ষিণ কামৰূপৰ সোণতলীত চোৰৰ সন্ত্ৰাস। ...
Read moreশিৱসাগৰত সংঘটিত হৈছে তিনি তালাকৰ(Triple Talaq) ঘটনা! ধাই আলিৰ চৈয়দ ৱাহিদ হুছেইন নামৰ এজন লোকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ...
Read moreঅভিশপ্ত ‘মা-কমলা’ ফেৰীৰ যাত্ৰী চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ(Deadbody) উদ্ধাৰ। দেৰগাঁৱৰ নিকটৱৰ্তী ভেকেলী চাপৰিত উদ্ধাৰ হৈছে চিকিৎসকগৰাকীৰ মৃতদেহ। ৮ ছেপ্তেম্বৰত সংঘটিত ...
Read moreকোৱা হয় গুৰু-শিষ্যৰ সম্পৰ্ক স্বৰ্গীয়। কিন্তু বিলাসীপাৰাত গুৰু আৰু শিষ্যৰ সম্পৰ্কৰ মাজত কালিমা সানিলে এজন প্ৰবক্তাই। অনলাইন শিক্ষাৰ নামত এজন ...
Read moreএটা ভাইৰেল ভিডিঅ'য়ে কাল হ'ল ৰঙিয়াৰ এজন স্কুলীয়া ছাত্ৰৰ। দাবী-ধমকি খাই ৰঙিয়াৰ উদিয়ানাৰ যুৱকে ল'লে এই চৰম সিদ্ধান্ত। ঘৰৰ পাছফালে ...
Read moreছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। চিকিৎসাৰ অভাৱত এগৰাকী ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে। কনকলতা বৰুৱা(৩২) নামৰ ...
Read moreকৰ্মসংস্থাপন দিয়া প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি বলপূৰ্বকভাৱে নাজিৰাৰ যুৱকক কৰোৱালে লিংগ পৰিবৰ্তন ৷ খাটাং খবৰৰ ওচৰত ভুক্তভোগীৰ বিস্ফোৰক মন্তব্য। কৰ্মসংস্থাপন দিয়াৰ ...
Read more'এটাৰ পিছত এটা বস্তুৰ দাম বাঢ়ি গৈছে। এতিয়া আকৌ আপোনাৰ সকলোতকৈ সহজে পোৱা বস্তুটো হৈছে মদ। হোম ডেলিভাৰী কৰিছে মদ। ...
Read moreনগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা মানৱদৰদী জননেতা প্ৰদ্যুৎ বৰদলৈয়ে বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমক এটা Oxygen Concentratorৰ উপহাৰ হিচাপে প্ৰদান কৰে। ...
Read moreজাগীৰোডস্থিত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক শীঘ্ৰেই কলনি খালি কৰিবলৈ দিয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বৰ্তমান চৰকাৰখনক ...
Read more© 2021 Developed & Maintained by ClickNext