Tag: অপৰাধ

লোভে পাপ পাপে মৃত্যু! মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫ হাজাৰ টকা ঘোচ (Bribe) লৈ আটক GMCHৰ কৰ্মচাৰী; Google Payৰে লৈছিল টকাখিনি

GMCHত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মৰণোত্তৰ বিভাগত দালালৰ দপদপনি। মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫০০০ টকা ঘোচ (Taking Bribe Case) ...

Read more

বৃহৎ মোবাইল চুৰি চক্ৰ উৎখাত! ৭৯টা এণ্ড্ৰইড মোবাইল ফোন উদ্ধাৰ; মহিলাসহ ৩টা চোৰ গ্ৰেপ্তাৰ, চৰকাৰী বিদ্যালয়লৈ অনুমোদিত ১২১টা মোবাইল ফোন চুৰি কৰিছিল চক্ৰটোৱে

মহানগৰীৰ (Guwahati) বিভিন্ন প্ৰান্তত মোবাইল চুৰি (Mobile Theft) কৰি বিক্ৰী কৰা এটা বৃহৎ চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে ভগদত্তপুৰ ...

Read more

‘আজম কেৱল মোৰ হয়’- এই বুলি কয় চাদৰ পৰা জাঁপ প্ৰেমিকাৰ; ভাঙিল কঁকাল, জীৱনত কেতিয়াও খোজ কাঢ়িব নোৱাৰিব, প্ৰেমিক গ’ল জেলত, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) বৰেলীৰ (Bareilly) পৰা এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। তাত এহাল প্ৰেমিক-প্ৰেমিকা ঘৰৰ (Love Case) মানুহৰ ওপৰত ...

Read more

জঘন্য! ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ পিতৃ বয়সৰ এজন লোকৰ; ৰাইজে লাইটৰ খুঁটাত বান্ধি লোকজনক দিলে উত্তম-মধ্যম

অভয়াপুৰীত (Abhayapuri) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ এজন (Rape Case) পিতৃ বয়সৰ লোকৰ। শিশু ধৰ্ষণকাৰীক ৰাইজে ...

Read more

Technologyৰ আগত ফেইল! ‘গুহ্যদ্বাৰ’ত (Rectum) ৪১ লাখ টকাৰ সোণ (Gold) লুকুৱাই আনিছিল এজন লোকে; এনেদৰে পৰিল ধৰা…

ৰাজস্থানৰ (Rajasthan) জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Jaipur International Airport) শুল্ক বিভাগে (Custom Department) সোণ চোৰাং ব্যৱসায়ীসকলৰ বিৰুদ্ধে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ অব্যাহত ...

Read more

অবৈধ প্ৰেমে হৈ পৰিল কাল! এজন বিবাহিত পুৰুষৰ দীৰ্ঘদিনে এগৰাকী বিধৱা মহিলাৰে আছিল পৰকীয়া প্ৰেম; কিন্তু দিন বেয়া আছিল পৰি গ’ল ধৰা, পিছত ৰাইজে দুয়োকে শোধালে চৰ-ঘোচা

বঙাইগাঁও জিলাৰ (Bongaigaon) মাণিকপুৰ আৰক্ষী (Manikpur Police) থানাৰ অন্তৰ্গত নোৱাগাঁৱত পৰকীয়া প্ৰেমৰ (Extramarital Affair) পৰিণতিত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই আৰক্ষীক ...

Read more

সিন্ধি খান্দি চোৰে লুটি লৈ গ’ল প্ৰায় ২ লাখ টকাৰ কাপোৰ আৰু চেণ্ডেল; একেখন বজাৰতে বৰ্তমানলৈ ৪ বাৰকৈ চোৰে কৰিছিল চুৰি

বৰপেটাৰ (Barpeta) মহন বজাৰত চুৰিকাণ্ড। নিশা সিন্ধি খান্দি চোৰে লুটি নিলে লক্ষাধিক টকাৰ কাপোৰ আৰু চেণ্ডেল (Thieves Loot Clothes, Sandales)। ...

Read more

জঘন্য, নিৰ্দয়ী, অমানুষিক, লুভীয়া কি ক’ব আপুনি? পৈতৃক সম্পত্তিৰ বাবে পাষাণ পুত্ৰই পিতৃক ডিঙি চেপি হত্যা কৰি পেলাই দিলে নৈত; তাৰ পিছৰ পৰিস্থিতি এয়া…

পাষাণ পুত্ৰই হত্যা কৰিলে পিতৃক (Son Kill Father)। হত্যাকৰি পেলাই দিলে পুঠিমাৰী নৈত। এনে এটা ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত ...

Read more

Smart চোৰ! প্ৰথমে পেট পূজা, তাৰ পিছত লুট-পাত; আমলেট-চাহ বনাই খাই, ৰজনীগন্ধা চোবাই, চিগাৰেট খাই, আৰামত চোৰে চুৰি কৰিলে ২০,০০০ টকাৰ লগতে সোণ-ৰূপৰ অলংকাৰ আৰু বহু সামগ্ৰী

বিহুৰ আনন্দ উল্লাসৰ মাজতে নিশা চোৰে চলাই চাফাই অভিযান (Thieves Loot Money, Jewellery)। বিশ্বনাথ চাৰিআলিৰ (Biswanath Chariali) মধুপুৰস্থিত (Madhupur) ব্যক্তিগত ...

Read more
Page 19 of 31 1 18 19 20 31

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist