সৰ্থেবাৰী আৰু কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ড (Fire); জুইত জাহ গ’ল দুটা ঘৰৰ লগতে ১৭টা ছাগলী
পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মাজতে সৰ্থেবাৰীৰ (Sarthebari) আমৃখোৱাত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড (Fire)। সৰ্থেবাৰীৰ আমৃখোৱা গাঁৱৰ কৃষ্ণহৰি ডেকাৰ ঘৰত শুকুৰবাৰে ...
Read more