- ইজৰাইলত অব্যাহত হামাছ সন্ত্ৰাসবাদীৰ নৃশংসতা ।
- হামাছৰ নৃশংসতা ভিডিঅ’ ভাইৰেল। অপহৃতা মহিলাক অৰ্ধনগ্ন কৰি অত্য়াচাৰ।
- পিতৃ-মাতৃৰ সন্মুখতে কন্যাক হত্যা ।
- ৬০০ ৰো অধিকক হত্যা। ছেৰটৰ ৰাজপথত মৃতদেহৰ দম।
- পেলেষ্টাইনৰ বিৰুদ্ধে অপাৰেচন আইৰন চৰ্ডছ ঘোষণা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ।
- গাজা ষ্ট্ৰীপত তীব্ৰ প্ৰত্যাঘাত, নিহত ৪০০ ৰো অধিক সন্ত্ৰাসবাদী, ২০০০ আহত।
- নেপালৰ ৭ শিক্ষাৰ্থী আহত, বন্দী ১৭ শিক্ষাৰ্থী ।
- থাইলেণ্ডৰ ২ জন নাগৰিকক হত্যা, ১১ জনক অপহৰণ হামাছৰ ।
- হামাছৰ সমৰ্থনত যুদ্ধত নামিল লেবাননৰ হিজবুল্লাহ ।
- ইজৰাইলত আবদ্ধ ১৮ হাজাৰ ভাৰতীয়ক উদ্ধাৰৰ বাবে তৎপৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়।
- ইজৰাইল আৰু হামাছৰ মাজত চলা যুদ্ধত ভাৰতে ইজৰাইলৰ পক্ষত থকা বুলি স্থিতি স্পষ্ট কৰি দিছে।
- কালি হামাছে ২০ মিনিটত ৫ হেজাৰ ৰকেট নিক্ষেপ কৰা ঘটনাৰ পিচত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গভীৰভাবে হতচকিত হোৱা বুলি কৈ আক্ৰমণত নিহত আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল। “এই কঠিন সময়ত আমি ইজৰাইলৰ প্ৰতি সংহতি প্ৰকাশ কৰিছো” – মোডীয়ে কয়।
Discussion about this post