ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত সংঘটিত হৈছে এক জঘন্য ঘটনা। সহকৰ্মী মহিলা চিকিৎসকক বলাৎকাৰ কৰিলে এজন চিকিৎসকে। ভুক্তভোগী মহিলা চিকিৎসকগৰাকীয়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ বৰবৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰে।
ঘটনা প্ৰসংগত ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু ৩২৮ ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা অনুসৰি হাস্পতালৰ ভিতৰতে চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই এই কু-কাৰ্য সংঘটিত কৰে।
Photo: Google





























Discussion about this post