এজন ট্ৰাক চালক (Truck Driver)। কান্দোনত ভাঙি পৰিছে চালকজন। ঘাইপথত বহি পৰিছে! হয় এজন ট্ৰাক চালকৰ দুখ কিন্তু তেওঁৰ অৱস্থা চাই আপুনি দুখ নকৰিব। আচলতে বিনা নথি-পত্ৰত গাড়ী চলাই পৰিবহন বিভাগৰ (Transport Department) অভিযান অলক্লিয়াৰৰ (All Clear Operation) তালাচী অভিযানত ধৰা পৰি জৰিমনা ভৰিব লগীয়া হোৱাত এতিয়া পথতে এনেদৰে নাটক আৰম্ভ এইজন ট্ৰাক চালকৰ। এই ঘটনা সংঘটিত হৈছে সোণাপুৰত (Sonapur)।
চালকজনে চালান জৰিমনাৰ পৰা বাচিবলৈ মূৰত ডিজেল ধালি আত্মহত্যাৰ ভাবুকি পৰিবহন বিভাগৰ বিষয়াক। লগত নাই কোনোধৰণৰ নথি-পত্ৰ কিন্তু কোনোপধ্যে মান্তি নহয় জৰিমনা দিবলৈ।
Photo & Input: আৰফান আলী
Discussion about this post