মৰাণৰ (Moran) ঝলঙত এক শোকাৱহ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হয়। পথ দুৰ্ঘটনাটোত একেলগে প্ৰাণ হেৰুৱালে (Death) দুগৰাকী ভগ্নীয়ে। দুৰ্ঘটনাটোত নিহত দুই ভগ্নী গীতামণি আৰু ৰীতামণি।
দুই ভগ্নী স্কুটীৰে আহি থকা অৱস্থাত এখন ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মাৰে। AS-23BC-1221 নম্বৰৰ এখন ইটা ভৰ্তি ট্ৰাকে প্ৰথমে এখন ৱেগনাৰ বাহনক খুন্দা মাৰে তাৰ পিছত স্কুটী সহ মহতিয়াই নিয়ে ২ ভগ্নীক। মৰাণৰ (Moran) বিজুলী নগৰৰ ৩৫ বৰ্ষীয় গীতামণি গগৈ আৰু মৰাণ সেউজপুৰৰ ৩০ বৰ্ষীয় ৰীতামণি ফুকনৰ থিতাতে প্ৰাণ হেৰুৱাই।
Photo: Time8
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/job-mela-issue-2-govt-officer-suspend-in-assam/5589/
Discussion about this post