মৰিয়নীৰ (Mariani) ধোদৰ আলিৰ ধপাত বাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মুককচাং অভিমুখী তীব্ৰ বেগী এখন NL 02 T 2114 টাটা ছুম’ আৰু AS 03 Z 5886 নম্বৰৰ স্কুটীৰ মুখামুখি সংঘৰ্ষ হয় ৷
স্কুটীত গৈ থকা আৰোহী মাতৃ, কন্যা আৰু জোঁৱাইৰ থিতাতে মৃত্যু হয় (3 Family Members Died)। ঘটনাৰ পিছতে উত্তেজিত লোকে তিতাবৰ মৰিয়নী ধোদৰ আলি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভাঙি চূৰমাৰ কৰে টাটা ছুম’ বাহনখন।
পথ অৱৰোধৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi)।
Photo & Input: Rajiv Karmakar
Discussion about this post