বৃহস্পতিবাৰে গুৱাহাটীৰ (Guwahati) জালুকবাৰী (Jalukbari)ত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) সংঘটিত হয়। জালুকবাৰীৰ (Jalukbari) সাতমাইলৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ যোৱাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে এজন যুৱকে।
দুৰ্ঘটনাটোত নিহত (Death) যুৱকজনৰ নাম চাকিৰ আহমেদ(৩০)। যুৱকজনে বৃহস্পতিবাৰে বিয়লি এখন বাইকেৰেঅভিযান্ত্ৰিক মহাবিদ্যালয় (Assam Engineering College)ৰ দিশে গৈ থকা অৱস্থাত এটা খুটাঁত খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনা (Road Accident)টো।
Photo: Khatang Khobor





























Discussion about this post