পুনৰ মহানগৰীত (Guwahati) অঘটন। পানীত ডুবি কৰুণ মৃত্যুক (Tragic Incident) সাৱটিলে এজন যুৱকে (Boy Drown In Ghat While Bathing)। উজান বজাৰ ঘাটত (Uzan Bazar Ghat) গা ধুবলৈ গৈ উটি গল এজন যুৱক। বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল যুৱকজন।
৫ জনীয়া যুৱকৰ দল এটা গৈছিল গা ধুবলৈ। পানীত সলিলসমাধি ঘটা ধীৰাজ ডেকা (Dheeraj Deka) নামৰ যুৱকজনৰ বাসগৃহ গুৱাহাটীৰ শিলপুখুৰীত। স্থানীয় লোকে NDRFক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
Photo & Input: Ramesh Baishya
Published BY: Dulu Medhi
Discussion about this post