গুৱাহাটী মহানগৰীত (Guwahati) ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে। নুনমাটিৰ মাৰ্কেটিঙত ডেৰ বছৰীয়া সন্তানক এৰি থৈ ৰেলৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা (Suicide Case)। ৰে’লৰ খুন্দাত (Mother Jump Infront Of Train) প্ৰাণ হেৰুৱালে এটি কন্যা সন্তানৰ মাতৃ ভনিতা কলিতা (Women Died) ৷
ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো (Deadbody Recover By Railway Police)। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে। ঘৰুৱা কন্দলৰ বাবে এটি সন্তানৰ মাতৃয়ে ডেৰ বছৰীয়া সন্তানক এৰি থৈ আত্মহত্যা (Suicide Case) কৰাৰ সন্দেহ ৰাইজৰ ৷ মৃত মহিলাগৰাকী হৈছে মঠঘৰীয়াৰ ভণিতা কলিতা।
নাৰেংগীৰ কমলা বাগানৰ ভণিতা কলিতাই দুই বছৰ পূৰ্বে মঠঘৰীয়াৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
Photo & Input: Ramesh Baishya
Discussion about this post