চৰকাৰী ৰে’ল আৰক্ষী (জিআৰপি) উপ পৰিদৰ্শক বদ্ৰী প্ৰসাদ বাৰুৱতী আৰু ৰাম অৱতাৰ মণিহাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পূৰ্বে ৫ দিনৰ জিম্মাত আছিল দুয়োজন। আজি বিশেষ আদালতে নাকচ কৰে বাৰুৱতীৰ জামিন।
১৫ জুনত ভৰলুমুখ অঞ্চলৰ পৰা ধৰা পৰা মনোজ শ্বাহ আৰু আৰমান আলী নামৰ দুজন লোকৰ পৰা ৮৩৫ গ্ৰাম সোণ জব্দ কৰাৰ সন্দৰ্ভত দুয়োজনকে গ্ৰেপ্তাৰ কৰা হৈছিল। এই কাণ্ডৰ সৈতে সাঙোৰ খাইছিল উপ পৰিদৰ্শকগৰাকীৰ নাম।
Photo: Google




























Discussion about this post