দৰঙৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলা নদীৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি নদীত পৰিল ওঠৰ চকীয়া ট্ৰাক ৷
ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে দলংখন ঠেক আৰু দুৰ্বল হোৱা বাবেই দুৰ্ঘটনাত পতিত হয় NL 01 G 6328 নম্বৰৰ ট্ৰাকখন ৷ এই অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শীয়ে ৷
গুৰুতৰভাৱে আহত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক অতি সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
Photo: DULAL DEKA
Discussion about this post