অভয়াপুৰীত (Abhayapuri) সন্দেহজনক অৱস্থাত চাউল কঢ়িয়াই লৈ যোৱা বলেৰ’ পিক আপ দুৰ্ঘটনাগ্ৰস্ত (Road Accident)। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS 01 FC 3311। অভয়াপুৰী (Abhayapuri) চেনীখোৱাত ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা চালক-হেণ্ডিমেনৰ পলায়ন। ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত হৈ আৰক্ষী চকীলৈ লৈ আনে প্ৰায় ৫০ বেগ চাউলসহ বলেৰ’ পিক আপখন।
Photo & Input: সৌৰভ জ্যোতি দাস
Discussion about this post