নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা মানৱদৰদী জননেতা প্ৰদ্যুৎ বৰদলৈয়ে বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমক এটা Oxygen Concentratorৰ উপহাৰ হিচাপে প্ৰদান কৰে। এই কাৰ্যৰ জৰিয়তে সাংসদগৰাকীয়ে তেওঁৰ মানৱতা আৰু সংবেদনশীলতাক প্ৰগাঢ় কৰি দেখুৱাইছে। SMA ৰোগত আক্ৰান্ত শৰ্মিষ্ঠাৰ সৈতে প্ৰায় ১ ঘন্টাৰ বাৰ্তালাপ সাংসদজনৰ।
উল্লেখ্য এছ এম এ ত আক্ৰান্ত হৈ থকাসকলৰ লাং ইনফেকশ্যনত ভোগাৰ আশংকা থাকে। যাৰবাবে তেনেধৰণৰ ৰোগীৰ ঘৰত Oxygen Concentratorৰ মজুত থকাটো যথেষ্ট দৰকাৰ।
Heartfelt gratitude 2 @pradyutbordoloi Sir, h'ble MP frm Nagaon, Assam 4 visiting n supporting ur #SMArtWarrior n Assam co-ordinator @Sarmisthaprita1 n gifting her wid life saving eqpmt Oxygen Concentrator.V hope she gets access 2life saving medicine #Everysdi by @Roche asap🙏 pic.twitter.com/KpzZxJGp9k
— Cure SMA Foundation of India 🇮🇳 (@curesmaindia) September 5, 2021
লেখিকা শৰ্মিষ্ঠা প্ৰীতমে সাংসদগৰাকীৰ এই মহানুভৱতাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
Photo: Facebook
Discussion about this post