হোজাই (Hojai) জিলাৰ লামডিং ব্লকৰ আঞ্চলিক সভাপতিক ONLINE SHOPING COMPANYৰ ৰামঠগন। এটা মোবাইল (Mobile) Order ডেলিভাৰী ল’বলৈ গৈ ৫,৪৯৯ টকা পৰিশোধ কৰি unbox কৰি দেখিলে এটা একেবাৰে নিম্নমানৰ মানি বেগ, এডাল বেল্ট আৰু এসোপা মান কাগজৰ টুকুৰা।
পিলিঙা বৰদলৈ নামৰ এই জনপ্ৰতিনিধিজনে এই সন্দৰ্ভত কয় যে আমাৰে যদি এই অৱস্থা সাধাৰণ জনতাৰ কি হ’ব। লগতে তেওঁ এনেবোৰ কোম্পানীৰ বিৰুদ্ধে তদন্ত হ’ব লাগে বুলি প্ৰকাশ কৰে।
Photo & Input: মনজ্যোতি মুদৈ
আৰু পঢ়কঃ https://khatangkhobor.com/news/1-crore-drugs-burn-by-barpeta-police-in-assam/5565/
Discussion about this post