২টা মূৰ ৪টা চকুৰে সৈতে জন্ম হোৱা এটা গৰু পোৱালি (Cow Infant) কেতিয়াবা দেখিছেনে? বিৰল দৃশ্য, যি দৃশ্য দেখি আচৰিত হৈ পৰিছে বহু লোক। এটা গৰু পোৱালি জন্ম হৈছে দুটা মূৰেৰে সৈতে।
এটা গৰু পোৱালিৰ দুটা মূৰ আৰু চাৰিটা চকু। এই গৰু পোৱালিটো জন্ম পাইছে ত্ৰিপুৰাত। ৰাজ্যখনৰ দক্ষিণপ্ৰান্তত এই পোৱালিটো জন্ম পোৱাৰ পিছতে মানুহে এবাৰ চাবলৈ ভিৰ কৰিছে।
চিকিৎসকে জনোৱা অনুসৰি গৰু পোৱালিটো এক বিৰল ৰোগত আক্ৰান্ত। যাক বিজ্ঞানৰ ভাষাত Ploycephaly বুলি কোৱা হয়। পোৱালিটো বৰ্তমান সুস্থু কিন্তু এক দুই মাহৰ বেছি দিন জীয়াই নাথাকে পোৱালিটো।AE
Input & Photo: Time8





























Discussion about this post