অসমৰ সুঁৱৰিয়া ৰাজ্য মণিপুৰত (Manipur) ভয়ংকৰ ভূমিস্খলনৰ (Massive Landslide) ঘটনা সংঘটিত হৈছে। মণিপুৰৰ লোম্বা জিলাৰ (Lumba District) ননে গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

ভূমিস্খলনৰ ঘটনাত এতিয়ালৈকে ৬ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে (6 Person Deadbody Recover)। মৃত লোককেইগৰাকীৰ ভিতৰত মহিলা আৰু শিশুও আছে। বৰ্তমানো সন্ধানহীন হৈ আছে বহুকেইগৰাকী লোক (Several Missing)।
জানিব পৰা অনুসৰি, পাহাৰত আছিল মানুহৰ ঘৰ আৰু সেনা কেম্প। সেই সময়তে নিশা তিনি বজাত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে। আহত হৈছে বহু লোক। সেনা আৰু স্থানীয় ৰাইজৰ প্রচেষ্টাত প্রাণ ৰক্ষা পাইছে বহু লোকে।
Photo & Input: নৈতিক শীল
Published By: Dulu Medhi




























Discussion about this post