নাম সব্যসাচী গোস্বামী যি অন্য কেইবাটাও নামেৰে জনাজাত। কিশোৰ, বাবু, পংকজ তথা অজয়। সেই সব্যসাচীৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ম’ষ্ট ৱাণ্টেড (Most Wanted) ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা (Maoist Leader) সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক (Maoist leader Sabyasachi Goswami alias Kishore Dak)।
সব্যসাচীৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে NIAই (NIA Announces Rs 10 Lakh Reward)। সন্ধান দিওতাৰ সম্পূৰ্ণ নাম ঠিকনা গোপনে ৰাখিব NIA-এ। সব্যসাচীৰ বিৰুদ্ধে RC নম্বৰ 01/2022 গোচৰ ৰুজু হৈ আছে কাছাৰ জিলাত (Kachar district)। পূৰ্বে গোলাঘাটৰ (Golaghat) পৰা NIA–এ গ্ৰেপ্তাৰ কৰিছিল সব্যসাচী গোস্বামীক।
এইবাৰ সব্যসাচীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যিয়ে সহায় কৰিব তাকেই পুৰস্কাৰ দিব বুলি ঘোষণা কৰে।
Photo: Time8
Published by: Dulu Medhi





























Discussion about this post