আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ব ক’ভিডৰ নতুন SOP। এই নতুন নিয়ম এসপ্তাহৰ বাবে বাহাল থাকিব। আজিৰে পৰা কামৰূপ মহানগৰীত ৪ বজাৰ পৰা কাৰ্ফিউ আৰু বিয়লি ৩ বজালৈ খুলিব পাৰিব দোকান–পোহাৰসমূহ।
কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত প্ৰযোজ্য হ’ব এই নিয়ম।
ইফালে মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা, বোকাখাতত সম্পূৰ্ণ লকডাউন। কেৱল অত্যন্ত গুৰুত্বপূৰ্ণ সামগ্ৰী, গাখীৰ, পানী, ঔষধ আদি সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব, তাৰ বাহিৰে সকলো বন্ধ।
Photo: Google





























Discussion about this post