• Home
  • Privacy Policy
  • Terms & Conditions
Friday, May 9, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ..

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ  – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি  …

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি …

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
প্ৰেম, যৌন সম্পৰ্ক আৰু এখন হাই ভল্টেজ ড্ৰামা! হোটেলৰ কোঠাত অন্য মহিলাৰ সৈতে ধৰা পৰিল স্বামী; তাৰ পিছত পত্নীৰ এই ৰণচণ্ডী ৰূপ, Watch Viral Video

অৱশেষত টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক (Victor Das); লগতে জেলৰ পৰা ওলাই আহিয়েই ফেচবুকত প্ৰথমটো পোষ্ট ভিক্টৰৰ, কি লিখিলে ভিক্টৰ দাসে?

'যাৰ যাৰ বিদ্যুতৰ বিলক লৈ আপত্তি আছে তেওঁলোকে APDCLত আবেদন কৰিব পাৰে; বিদ্যুৎ বিভাগৰ কৰ্মী ঘৰে ঘৰে যাব যদি খেলিমেলি আছে তেন্তে পৰৱৰ্তী বিলৰ সৈতে মূল্য মিলাই দিয়া হ’ব'- হিমন্ত বিশ্ব শৰ্মা

প্ৰেম, যৌন সম্পৰ্ক আৰু এখন হাই ভল্টেজ ড্ৰামা! হোটেলৰ কোঠাত অন্য মহিলাৰ সৈতে ধৰা পৰিল স্বামী; তাৰ পিছত পত্নীৰ এই ৰণচণ্ডী ৰূপ, Watch Viral Video

আগ্ৰাৰ (Agra) দিল্লী গেট (Delhi Gate) এলেকাস্থিত হোটেলত কেইবা ঘণ্টাধৰি হাই ভল্টেজ ড্ৰামা দেখা পোৱা গ'ল। দৰাচলতে, তাত এগৰাকী পত্নীয়ে তাইৰ স্বামীক আন এগৰাকী মহিলাৰ সৈতে ৰোমাঞ্চ কৰি থকাৰ সময়ত হাতে-লোটে ধৰা পেলায়। যাৰ পিছত পত্নীয়ে মহিলাগৰাকীক আৰু স্বামীক চেণ্ডেলেৰে নিৰ্বিচাৰে প্ৰহাৰ কৰে। ইয়াৰ ভিডিঅ' ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল (Social Media Viral Video) হৈ পৰিছে।

Khatang Khobor by Khatang Khobor
September 20, 2022
in ৰাষ্ট্ৰীয়, বিবিধ
0 0
Share on FacebookShare on Twitter

Watch Viral Video: উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আগ্ৰাত (Agra) কোনো অন্য মহিলাৰ সৈতে হোটেলত ৰোমাঞ্চ কৰি বিপদত পৰিল এজন বিবাহিত পুৰুষ (Romancing Another Woman In A Hotel)। দৰাচলতে, যেতিয়া বন্ধ কোঠাত লোকজনে অন্য মহিলাৰ সৈতে ৰোমাঞ্চ কৰাত ব্যস্ত আছিল তেতিয়া হঠাৎ লোকজনৰ পত্নী তাত উপস্থিত হয়। স্বামীক অন্য মহিলাৰ সৈতে দেখি পত্নী ক্ষুব্ধ হৈ পৰে আৰু চেণ্ডেল খুলি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে (Wife Beat Husband By Slipper)।

পত্নীয়ে স্বামীৰ লগতে সেই মহিলাগৰাকীকো চেণ্ডেলেৰে প্ৰহাৰ কৰিছিল। ঘটনাটো দিল্লী গেট এলেকাৰ। জানিবলৈ দিয়া অনুসৰি, দেৱৰী ৰোডৰ বাসিন্দা দিনেশে হাস্পতালত চাকৰি কৰে। লোকজনৰ পত্নী নীলমে অভিযোগ উত্থাপন কৰিছে যে দিনেশৰ অবৈধ সম্পৰ্ক (Extra Marital Affairs) আছে এগৰাকী মহিলাৰ সৈতে। যেতিয়া এই কথাটোৰ বিষয়ে পত্নীয়ে জানিব পাৰিলে তেতিয়া দুয়োৰে মাজত কাজিয়া হ’বলৈ আৰম্ভ হৈছিল।

এই কথাটোক লৈ অশান্তিত ভুগি নীলম মাকৰ ঘৰত গৈ থাকিব লৈছিল। সোমবাৰে তাই জানিব পাৰিলে যে দিনেশ সেই মহিলাগৰাকীৰ সৈতে দিল্লী গেটস্থিত এখন হোটেলত আছে। নীলম লগে লগে নিজৰ ভায়েকৰ সৈতে সেই হোটেলখনত উপস্থিত হয়। যেতিয়াই পত্নী কোঠাটোত যায় তেতিয়া দেখা পাই য়ে দিনেশ অন্য মহিলাৰ সৈতে আছিল। খঙত নীলমে চেণ্ডেলেৰে স্বামীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। লগতে অন্য মহিলাগৰাকীকো চেণ্ডেলেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

https://twitter.com/i/status/1572154546474061825

https://khatangkhobor.com/wp-content/uploads/2022/09/oVagsFfc213CBsdn.mp4

সেই সময়ছোৱাত দিনেশে পত্নী নীলমৰ ওচৰত ক্ষমা বিচাৰি থাকিল। নীলমৰ ভাতৃয়ে এই গোটেই ঘটনাটোৰ এটা ভিডিঅ’ বনাইছিল, যিটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে (Social Media Viral Video)। ভিডিঅ’টোত দিনেশক তেওঁৰ পত্নীৰ ওচৰত বাৰে বাৰে ক্ষমা বিচাৰি থকা দেখা গৈছে। দিনেশে কৈ আছে যে, “ভুল হৈ গ’ল। দ্বিতীয়বাৰ নহয়। কেৱল এইবাৰ ক্ষমা কৰি দিয়া,” আনহাতে আনগৰাকী মহিলায়েও নীলমৰ ওচৰত ক্ষমা বিচাৰে।

কোৱা হৈছে যে হোটেলখনত হাই ভল্টেজ ড্ৰামা কেইবা ঘণ্টা ধৰি চলি আছিল। আৰক্ষীয়ে এই বিষয়ে তথ্য পোৱাৰ লগে লগে এটা দল ঘটনাস্থলীত উপস্থিত হয়। দিনেশ আৰু মহিলাগৰাকীক আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।

Photo: Twitter

আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/victor-das-first-facebook-post-after-suspension-from-tet-teacher-job-in-assam/11860/

Tags: AgraExtra Marital AffairsNationalOthersRomancing Another Woman In A HotelSocial Media Viral VideoTrending VideoUttar PradeshViral VideoWatch Viral Videoঅবৈধ সম্পৰ্কআগ্ৰাউত্তৰ প্ৰদেশচাওক ভাইৰেল ভিডিঅ'ছচিয়েল মিডিয়া ভাইৰেল ভিডিঅ'ট্ৰেণ্ডিং ভিডিঅ'বিবিধভাইৰেল ভিডিঅ'ৰাষ্ট্ৰীয়হোটেলত অন্য মহিলাৰ সৈতে ৰোমাঞ্চ স্বামীৰ
Previous Post

অৱশেষত টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক (Victor Das); লগতে জেলৰ পৰা ওলাই আহিয়েই ফেচবুকত প্ৰথমটো পোষ্ট ভিক্টৰৰ, কি লিখিলে ভিক্টৰ দাসে?

Next Post

‘যাৰ যাৰ বিদ্যুতৰ বিলক লৈ আপত্তি আছে তেওঁলোকে APDCLত আবেদন কৰিব পাৰে; বিদ্যুৎ বিভাগৰ কৰ্মী ঘৰে ঘৰে যাব যদি খেলিমেলি আছে তেন্তে পৰৱৰ্তী বিলৰ সৈতে মূল্য মিলাই দিয়া হ’ব’- হিমন্ত বিশ্ব শৰ্মা

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

May 2, 2025
২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

April 29, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist