• Home
  • Privacy Policy
  • Terms & Conditions
Sunday, June 1, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ..

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
ভয়ংকৰ! ভুল দিশেৰে আহি থকা বাহনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত বাগৰি পৰে যাত্ৰীবাহী বাছ (Bus Accident); বৰ্তমানলৈ ১৩ গৰাকী লোকে হেৰুৱালে প্ৰাণ, Watch Photo

শোকাৱহ! বন্ধুৰ সৈতে ঘাটত গা ধুবলৈ যোৱাই যেন কাল হ'ল; পানীত ডুবি কৰুণ মৃত্যুক সাৱটিলে ধীৰাজে, ৫জন বন্ধুৰ সৈতে একেলগে ধুবলৈ গৈছিল গা

পুনৰ নামিছে বেপাৰত! পৰেশ বৰুৱা-মেট্ৰিকৰ ফেইল কৰা শিক্ষাৰ্থীৰ পিছত এইবাৰ চকু নাৰী জাতিৰ ওপৰত, পংকজ পাঠকৰ (Pankaj Pathak) এটা ফেচবুক ভিডিঅ'ৰ পিছতে তোলপাৰ লাগিছে ছচিয়েল মিডিয়াত, পিছে কি ক'লে এই ভিডিঅ'টোত?

ভয়ংকৰ! ভুল দিশেৰে আহি থকা বাহনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত বাগৰি পৰে যাত্ৰীবাহী বাছ (Bus Accident); বৰ্তমানলৈ ১৩ গৰাকী লোকে হেৰুৱালে প্ৰাণ, Watch Photo

Madhya Pradesh Bus Accident: মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ খালঘাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। নৰ্মদা নদীত যাত্ৰীভৰ্তি এখন বাছ বাগৰি পৰাৰ ফলত প্ৰায় ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱাই লগতে ১৫ গৰাকী লোকক সুৰক্ষিতভাবেউদ্ধাৰ কৰা হৈছিল।

Khatang Khobor by Khatang Khobor
July 18, 2022
in ৰাষ্ট্ৰীয়
0 0
Share on FacebookShare on Twitter

Madhya Pradesh Bus Accident: মধ্যপ্ৰদেশৰ (Madhya Pradesh) ধাৰ জিলাৰ (Dhar District) খালঘাটত (Khalghat) এটা ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইন্দোৰৰ পৰা মহাৰাষ্ট্ৰলৈ গৈ থকা এখন বাছ দলঙৰ ৰেলিং ভাঙি নৰ্মদা নদীত (Narmada Nadi) বাগৰি যোৱাৰ ফলত কমেও ১৩ গৰাকী লোক নিহত হোৱাৰ উপৰিও ১৫ গৰাকী লোকক (Bus Full Of Passengers Fell In Narmada) সুৰক্ষিতভাবে উদ্ধাৰ কৰা হৈছে। পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো (Trgic Road Accident)। ঘটনাটোৰ বিৱৰণ দি গৃহমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে ১৩ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ১০-১৫ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। তেওঁ কয় যে নদীখনৰ প্ৰৱাহ অতি দ্ৰুত, উদ্ধাৰকাৰী দল উদ্ধাৰত নিয়োজিত হৈ আছে।

মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে ঘটনাটোক লৈ গুৰুত্ব আৰোপ কৰে
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (CM Shivraj Singh Chouhan) ঘটনাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বাছখন খাৱৈত পৰি যোৱাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনক অতি সোনকালে তাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। সমগ্ৰ জিলা প্ৰশাসন ঘটনাস্থলীত আছে। মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীলৈ এছডিআৰএফ (SDRF) প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে, ইয়াৰ লগতে প্ৰয়োজনীয় সম্পদ প্ৰেৰণ কৰাৰো নিৰ্দেশ প্ৰদান কৰে।

ভুল দিশেৰে আহি থকা বাহনক বচাবলৈ গৈ সংঘটিত এই দুৰ্ঘটনা

নদীত বাগৰি পৰা বাছখন মহাৰাষ্ট্ৰ ৰাজ্যিক পৰিবহন নিগমৰ, যি পুনেৰ পৰা পুৱা ইন্দোৰলৈ ৰাওনা হৈছিল। দুৰ্ঘটনাটোৰ পূৰ্বে বাছখনে খালঘাটত ১০ মিনিটৰ বিৰতি লৈছিল, তাৰ পিছত বাছখন পুৱা ১০.৩০ বজাত নৰ্মদা নদীত (Narmada Nadi) বাগৰি পৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে সন্মুখৰ পৰা ভুল দিশেৰে আহি থকা বাহনক বচাবলৈ গৈ এই দুৰ্ঘটনাটো সংঘটিত হয়। বাছখন বচোৱাৰ চেষ্টাতে চালকে নিয়ন্ত্ৰণ হেৰুৱাই আৰু বাছখন দলঙৰ ৰেলিং ভাঙি নদীত বাগৰি পৰে।

13 people killed as bus heading to Pune falls into Narmada River in Madhya Pradeshhttps://t.co/I4wRBdsYGQ#bus #Accident #MadhyaPradesh #pune #narmadariver #khalghat #dhar #news #India #video #rescue #BreakingNews #travel #maharashtra pic.twitter.com/0y7euM24q3

— Free Press Journal (@fpjindia) July 18, 2022

My Deepest Condolences 😰🙏🙏

12 people lost their life due to, the bus felt to Narmada river #busaccident at #MadhyaPradesh
Rest In Peace🙏 #Accident #KabirSingh Muslim PM "Abdul Kalam" pic.twitter.com/Z3Etm5zVzV

— lydiaapynz✡♏☮⚕☦✝ (@ludiaapynz) July 18, 2022

বাতৰি অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল মহিলা আৰু শিশুসহ মুঠ ৪০ জন যাত্ৰী (40 Pessengers)। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ এতিয়ালৈকে ১৩ জনৰ মৃতদেহ (13 People Died)উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানলৈকে উদ্ধাৰ হোৱা নিহত সকলৰ ভিতৰত আছে ৮ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু এটি শিশু। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই ১৫ গৰাকী যাত্ৰীক জীৱিত অৱস্থাত উলিয়াই অনাৰ দাবী কৰিছে। কিন্তু সেই স্থানত উপস্থিত থকা এম্বুলেঞ্চখনৰ চালকে জনোৱা মতে, এতিয়ালৈকে এজনো যাত্ৰী জীৱিত উদ্ধাৰ হোৱা নাই।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বাছখন মাহাৰাষ্ট্ৰ পৰিবহন নিগমৰ। সেয়েহে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (CM Shivraj Singh Chouhan) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ সৈতে ফোনযোগে আলোচনা কৰে।

বাছ দুৰ্ঘটনাৰ বিষয়ে তথ্য দি তেওঁ কয় যে সকলো মৃতদেহ সন্মানসহকাৰে মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ’ব। শিৱৰাজে তেওঁলোকক প্ৰশাসনৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-boy-drown-in-ghat-while-bathing/10564/

Tags: 13 People Died১৩ গৰাকী লোকৰ মৃত্যুBus Full Of Passengers Fell In NarmadaCM Shivraj Singh ChouhanDhar DistrictHorrific Road AccidentMadhya PradeshMadhya Pradesh Bus AccidentNarmada NadiNationalTrgic Road Accidentধাৰ জিলানৰ্মদা নদীবাছ দলঙৰ ৰেলিং ভাঙি নৰ্মদা নদীত (Narmada Nadi) বাগৰি পৰেভয়ংকৰ পথ দুৰ্ঘটনামধ্যপ্ৰদেশমধ্যপ্ৰদেশ বাছ দুৰ্ঘটনামুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰাষ্ট্ৰীয়শোকাবহ দুৰ্ঘটনা
Previous Post

শোকাৱহ! বন্ধুৰ সৈতে ঘাটত গা ধুবলৈ যোৱাই যেন কাল হ’ল; পানীত ডুবি কৰুণ মৃত্যুক সাৱটিলে ধীৰাজে, ৫জন বন্ধুৰ সৈতে একেলগে ধুবলৈ গৈছিল গা

Next Post

পুনৰ নামিছে বেপাৰত! পৰেশ বৰুৱা-মেট্ৰিকৰ ফেইল কৰা শিক্ষাৰ্থীৰ পিছত এইবাৰ চকু নাৰী জাতিৰ ওপৰত, পংকজ পাঠকৰ (Pankaj Pathak) এটা ফেচবুক ভিডিঅ’ৰ পিছতে তোলপাৰ লাগিছে ছচিয়েল মিডিয়াত, পিছে কি ক’লে এই ভিডিঅ’টোত?

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

May 27, 2025
Car ploughs into fans at Liverpool parade, at least 50 people were injured and 27 have been hospitalized on Monday …

Car ploughs into fans at Liverpool parade, at least 50 people were injured and 27 have been hospitalized on Monday …

May 27, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist