Python was crossing road video: বহুসময়ত বনৰীয়া জন্তুৱে ৰাস্তা পাৰ হোৱাৰ সময়ত দুৰ্ঘটনা সংঘটিত হয়, হয়টো সিহঁতে প্ৰাণ হেৰুৱায় বা আঘাতপ্ৰাপ্ত হয়। আমি সিহঁতক ৰাস্তা দিব লাগে। এতিয়া এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত এডাল প্ৰকাণ্ড অজগৰে ৰাস্তা পাৰ কৰি থাকে আৰু সম্পূৰ্ণ ৰাস্তাটো তাৰ দেহেৰে আৱৰি ধৰে। আপুনিও এই অজগৰডালৰ আকাৰ দেখি আচৰিত হৈ উঠিব, কাৰণ ইমান দীঘল অজগৰ হয়টো আপুনি কেতিয়াও দেখা নাই।
Phython crossing road
আইএফএছে শ্বেয়াৰ কৰে ইয়াৰ ভিডিঅ’টো-
Wild always have the right of way. Please give them safe passage🙏🙏 pic.twitter.com/WHWdjOBjhU
— Susanta Nanda (@susantananda3) March 5, 2022
সকলোৰে চকু মেল খাই যায়
ইমান দীঘল অজগৰৰ ভিডিঅ’ দেখি সকলোৰে চকু মেল খাই গৈছিল। কিছুমানক এই অজগৰ ডাল অতি সুন্দৰ লাগিল আৰু কিছুমানে লিখিলে যদি তেওঁ এই অজগৰ ডাল অকলে দেখিলেহেঁতেন তেন্তে তেওঁ ভয় খালেহেঁতেন। আপুনি কেতিয়াবা ইমান দীঘল অজগৰ দেখিছে নেকি?
Photo: Navbharat Times
আৰু পঢ়কঃ https://khatangkhobor.com/news/man-killed-dog-puppy-at-guwahati-lalganesh-in-assam-watch-video/7443/
Discussion about this post