গুৰুতৰভাৱে আহত এজন CRPF জোৱান। বৃহস্পতিবাৰে সংঘটিত হয় এই বিস্ফোৰণ। কেম্পৰ পৰা ২ কিঃমিঃ নিলগত বাছাগুদাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। Road Opening partyত যাওতে সংঘটিত হয় এই ঘটনা।
জগদলপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় জোৱানজনক। চত্তীছগড়স্থিত 168BNৰ কৰ্মৰত জশপুৰৰ জোৱানজন।
Photo: Khatang Khobor
Discussion about this post