• Home
  • Privacy Policy
  • Terms & Conditions
Sunday, May 4, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ..

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ  – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি  …

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি …

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
কিমান উচিত! অন্য জাতিৰ যুৱকৰ সৈতে বিয়া পতাৰ বাবেই পিতৃয়ে হত্যা (Murder) কৰিলে নিজ কন্যাক; মাতৃয়ে সহায় কৰিছিল কন্যাৰ মৃতদেহ ছুটকেছত ভৰাই পেলাই দিয়াত, সম্পূৰ্ণ ঘটনাটো কি…

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! 'তুমি এজন ভাল ল'ৰা চাই আকৌ বিয়াত বহিবা; মই আৰু জীয়াই নাথাকিম ছাগে'- ছিকিমত হানিমুনত গৈ অকাল মৃত্যুক সাৱটি লোৱা স্বামীয়ে মৃত্যুৰ পূৰ্বে পত্নীৰ কোলাত শুই কৈ গ'ল এই কথা

জানি থওক! কেতিয়াও আনৰ পৰা নল'ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

কিমান উচিত! অন্য জাতিৰ যুৱকৰ সৈতে বিয়া পতাৰ বাবেই পিতৃয়ে হত্যা (Murder) কৰিলে নিজ কন্যাক; মাতৃয়ে সহায় কৰিছিল কন্যাৰ মৃতদেহ ছুটকেছত ভৰাই পেলাই দিয়াত, সম্পূৰ্ণ ঘটনাটো কি…

যমুনা এক্সপ্ৰেছৱেত ৰঙা ছুটকেছত যিগৰাকী ২১ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে, সেইগৰাকীৰ পৰিচয় দিল্লীৰ বাসিন্দা আয়ুশী চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ অনুসন্ধানে প্ৰকাশ কৰিছিল যে তাই অন্য কোনোৱে নহয় নিজৰ পিতৃ-মাতৃয়ে হত্যা (Murder) কৰিছে। তেওঁলোক কন্যাৰ অন্য জাতিৰ যুৱকৰ সৈতে হোৱা বিয়াত সন্তুষ্ট নাছিল।

Khatang Khobor by Khatang Khobor
November 23, 2022
in ৰাষ্ট্ৰীয়, ক্ৰাইম
0 0
Share on FacebookShare on Twitter

Ayushi Yadav Murder Case: শ্ৰদ্ধা হত্যাকাণ্ডৰ ঘটনাৰ কেইদিনমান পিছত যেতিয়া মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ (Yamuna Expressway In Mathura) পাৰত ৰঙা চুটকেচত এগৰাকী যুৱতীৰ মৃতদেহ (Deadbody Recover) উদ্ধাৰ হৈছিল, তেতিয়া এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল। ঘটনাটোৰ পিছতে নানাধৰণৰ কথা ওলাবলৈ আৰম্ভ হৈছিল। কোনো পাষণ্ড প্ৰেমিকে শ্ৰদ্ধাৰ দৰে এই যুৱতীগৰাকীক হত্যাটো কৰা নাই? ২১ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহটো পলিথিনত মেৰিয়াই এটা ছুটকেছত ভৰাই ৰখা হৈছিল। আৰক্ষীয়ে কোনোধৰণৰ তথ্য লাভ কৰা নাছিল। টোল প্লাজাৰ পৰা আৰম্ভ কৰি আশে-পাশে থকা চিচিটিভি কেমেৰাৰ ফুটেজ স্কেন কৰা হৈছিল কিন্তু কোনো সূত্ৰ পোৱা নাছিল। যেতিয়া দুদিন পিছত মৃতদেহটো চিনাক্ত কৰা হৈছিল, সকলোৱে স্তম্ভিত হৈ গৈছিল। হত্যাকাৰী কোনো বেলেগ নাছিল তাইৰ পিতৃয়ে আছিল। যুৱতীগৰাকীৰ নাম আছিল আয়ুশী চৌধুৰী (Ayushi Yadav)। কন্যাই অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেম বিবাহ কৰাক লৈ পিতৃ নৃশংস হৈ উঠিল আৰু নিজৰ প্ৰাণৰ টুকুৰাক গুলিয়াই হত্যা কৰিছিল (Father Kills Daughter For Marrying Against His Choice Mother Helps Him Pack Body In Suitcase)।

আৰক্ষীয়ে আয়ুশীৰ পিতৃ নীতেশ কুমাৰ যাদৱ (Father Nitesh Yadav) (৪৯) আৰু মাতৃ ব্ৰজবালা (Mother Brajbala Yadav) (৪৫)ক গ্ৰেপ্তাৰ (Arrest) কৰিছে। এছএছপি (মথুৰা) মাৰ্টাণ্ড পি সিঙে কয়, “২১ বছৰীয়া যুৱতীগৰাকীয়ে দিল্লীৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ পৰা বিচিএ পঢ়ি আছিল। তাই তাইৰ পৰিয়ালৰ সৈতে দক্ষিণ-পূব দিল্লীত বাস কৰিছিল। ১৭ নৱেম্বৰত তাই তাইৰ মাক-দেউতাকৰ সৈতে কাজিয়া কৰিছিল কিয়নো তাই এজন যুৱকক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে বিয়া কৰাইছিল। তাইৰ পিতৃয়ে তাইক বুকুত দুবাৰ গুলিয়াইছিল। ‘

আৰক্ষীয়ে বিষয়াজনে কৈছিল যে, “পিতৃ-মাতৃয়ে জীয়েকৰ মৃতদেহটো এদিনৰ বাবে ঘৰত লুকুৱাই ৰাখিছিল। পাছদিনা ৰাতিপুৱা, নিতেশে তেওঁৰ পত্নীৰ সৈতে মিলি মৃতদেহটো এটা ৰঙা ছুটকেছত (Trolley) ভৰাই আৰু নিজৰ গাড়ীত ৰাখি যমুনা এক্সপ্ৰেছৱেৰ কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ওচৰত পেলাই থৈ আহে। ১৮ নৱেম্বৰত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো চিনাক্ত কৰিবলৈ ১৪টা আৰক্ষীদল মোতায়েন কৰা হৈছিল। ‘

দুদিনলৈ আৰক্ষীয়ে কোনোধৰণৰ তথ্য সংগ্ৰহ কৰিব পৰা নাছিল। তাৰ পিছত ২০ নৱেম্বৰত এটা অচিনাক্ত নম্বৰেৰে অহা ফোন কলেৰে জানিব পাৰিলে মৃত যুৱতাগৰাকীৰ পৰিচয়। আয়ুশী ১৭ নৱেম্বৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল কিন্তু পৰিয়ালৰ লোকে কোনো এজাহাৰ দাখিল কৰা নাছিল।

আৰক্ষীয়ে পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ পিছত সোধা-পোছা কৰাত পিতৃয়ে হত্যা কৰাৰ কথা স্বীকাৰ কৰে। পিতৃয়ে জীয়েকক হত্যা কৰাৰ পূৰ্বে মাৰপিটো কৰিছিল।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/sikkim-targic-incident-rangia-boy-died-in-front-of-wife-watch-video/12671/

Tags: Ayushi Yadav Murder CaseCrimeFather And Mother ArrestFather Kills Daughter For Marrying Against His Choice Mother Helps Him Pack Body In SuitcaseNationalYamuna Expressway In Mathuraঅপৰাধআয়ুশী যাদৱ হত্যাকাণ্ডৰ ঘটনাকন্যাই অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেম বিবাহ কৰাৰ বাবে হত্যা কৰিলে পিতৃয়েপিতৃ-মাতৃক গ্ৰেপ্তাৰমথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰাষ্ট্ৰীয়
Previous Post

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! ‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা; মই আৰু জীয়াই নাথাকিম ছাগে’- ছিকিমত হানিমুনত গৈ অকাল মৃত্যুক সাৱটি লোৱা স্বামীয়ে মৃত্যুৰ পূৰ্বে পত্নীৰ কোলাত শুই কৈ গ’ল এই কথা

Next Post

জানি থওক! কেতিয়াও আনৰ পৰা নল’ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

May 2, 2025
২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

April 29, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist