ৰে’লৱে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ হিচাপে আজি কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে জয়া বাৰ্মাক। ৰে’লৱেৰ ১০৫ বছৰীয়া ইতিহাসত এই পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা হ’ল জয়া বাৰ্মা। তেওঁ অনিল কুমাৰ লাহতীৰ স্থলাভিষিত্ব হ’ব। কাইলৈ ৰে’লৱে ব’ৰ্ডৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া জয়া বাৰ্মাৰ কাৰ্যকাল ২০২৪ চনৰ ৩১ আগষ্টত শেষ হ’ব। উল্লেখনীয় যে অহা ১ অক্টোবৰত তেওঁ অৱসৰ গ্ৰহণ কৰাৰ ৰথা আছিল কিন্তু চৰকাৰে কাৰ্যকাল বৃদ্ধি কৰি নতুন পদৰ দায়িত্ব অপৰ্ণ কৰে ।




























Discussion about this post