ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অৱদান আগবঢ়োৱা ৱাহিদা ৰেহমানলৈ এই বৰ্ষৰ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে।
উল্লেখ্য যে, ৱাহিদা ৰেহমানে হিন্দী চলচ্চিত্ৰ জগতত বিভিন্ন চৰিত্ৰৰে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ আহিছে। কাগজ কে ফুল, চাহেব বিবি অৰ গোলাম, খামৌচী, গাইড আদি ছবিৰ দ্বাৰা প্ৰশংসা লাভ কৰা ৱাহিদা ৰেহমান ৫ দশকতকৈও অধিক সময় বোলছবি জগতৰ সৈতে জড়িত হৈ আছিল। ইতিমধ্যেই পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাৰে সন্মানিত ৱাহিদা ৰেহমান ভাৰতীয় নাৰীৰ নিষ্ঠা, প্ৰতিশ্ৰুতি সম্পন্ন আৰু শক্তিৰ উদাহৰণ বুলি উল্লেখ কৰি মন্ত্ৰী অনুৰাগ ঠাকুৰে সামাজিক মাধ্যমত তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।
“Eluidating on Waheeda Rehman’s achievements, Thakur added, “At a time when the historic Nari Shakti Vandan Adhiniyam has been passed by Parliament, her being awarded with this lifetime achievement award is a fitting tribute to one of the leading ladies of Indian Cinema and one who has dedicated her life after films to philanthropy and the greater good of society.”
Discussion about this post