ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। এইবাৰ ক’ভিডত আক্ৰান্ত (Covid Positive) হৈছে কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ (MP Pradyut Bordoloi)। নগাঁৱৰ কংগ্ৰেছ (Nagaon Congress MP) সাংসদগৰাকীয়ে এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে।
I have tested positive for Coronavirus. Whilst I am fine, I have self quarantined on the recommendation of doctors. I request those who came in close contact with me recently (especially in the constituency) to be observant and exercise self quarantine.
— Pradyut Bordoloi (@pradyutbordoloi) January 27, 2022
টুইটত সাংসদ বৰদলৈয়ে কয় যে চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি তেওঁ নিজকে আনৰ পৰা পৃথক কৰি ৰাখিছে। বৰদলৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিডৰ পৰীক্ষা কৰোৱাৰো আহ্বান জনাইছে।
বৰদলৈয়ে টুইটত কয় ‘মই কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছো। যদিও মই ভালে আছোঁ, তথাপি মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজকে আইছ’লেচনত ৰাখিছো।’
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/daughter-was-raped-several-times-by-her-father/6328/
Discussion about this post