‘মই অসমীয়া বুলিয়েই চিনেমা হলত এখন খুব ভাল চিনেমা চালো, শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ চিনেমা চালো, অলপ পিছত গৈ মই আইমীৰ চিনেমা এখন চালো। মই বেলেগৰ নাম নকও, কাৰণ বেলেগৰ নাম ক’লে বেয়া হ’ব আইমীটো মোৰ পত্নী, মই তাইৰ নামে কৈছো। কিন্তু আমি যেতিয়া এইবিলাক এটা চিনেমা হলত চাম হলীউড চাম, বলীউড চাম, ছাউথৰো চাম তাতকৈ বেয়া ল’ কোৱালিটীৰ একেটা হলতে মই সেই একে পইচা খৰচ কৰি কিয় চাম। অসমীয়া বুলিয়ে, আবেগ থাকা বুলিয়েই মই চাম নেকি?- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush hazarika)।
অসমীয়া আৱেগৰ বাবে এখন বেয়া অসমীয়া ছবি হলত বহি চোৱাতকৈ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush hazarika)।
Photo: Google




























Discussion about this post