এইবাৰ উৰুকাৰ (Uruka Market) বজাৰত উপলব্ধ হ’ল সংগীত শিল্পী মানস ৰবীনৰ বাৰীৰ (Manas Robin) ৰঙালাউ (Pumpkin) । প্ৰায় ৩৫০ কুইণ্টল ৰঙালাও (Pumpkin) বজাৰলৈ এৰি দিছে জনপ্ৰিয় (Famous Singer) শিল্পীগৰাকীয়ে। শিৱসাগৰৰ (Sivasagar) দিচাংমুখত ৰঙালাও, সৰিয়হকে ধৰি বিভিন্ন শস্যৰ খেতিৰে কৃষি বিপ্লৱ সূচনা কৰা মানস ৰবীনে সংগীতৰ সমানে সমানে নিজক ব্যস্ত ৰাখিছে কৃষিকৰ্মতো।
এতিয়া সেই কৃষিৰ ফচল বিক্ৰীৰ বাবে বজাৰলৈ এৰি দিছে শিল্পীগৰাকীয়ে। শিল্পীগৰাকীয়ে লগতে সকলোকে ক’ভিড মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰি ভোগালী বিহু উদযাপনৰ বাবে সকলোকে আহ্বান জনালে।
Photo & Input: দ্বীপজোতি গগৈ
Discussion about this post