অভিশপ্ত ‘মা-কমলা’ ফেৰীৰ যাত্ৰী চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ(Deadbody) উদ্ধাৰ। দেৰগাঁৱৰ নিকটৱৰ্তী ভেকেলী চাপৰিত উদ্ধাৰ হৈছে চিকিৎসকগৰাকীৰ মৃতদেহ।
৮ ছেপ্তেম্বৰত সংঘটিত নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ পৰা সন্ধানহীন হৈ আছিল বিক্ৰমজিৎ বৰুৱা। বিগত ৮ টা দিন ধৰি সন্ধানহীন হৈ আছিল বৰুৱা। আৰু আজি ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠে উৱলি যোৱা কলা চ্যুট পৰিহিত লোকজনৰ মৃতদেহ।

ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিছে প্ৰশাসনক, ঘটনাস্থলীলৈ ৰাওনা হৈছে SDRF NdRF বাহিনীৰ জোৱান। মৃতদেহ উদ্ধাৰৰ পিছতেই সম্প্ৰতি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।
Photo & Input: Pranjal Garg





























Discussion about this post