সুৰাপায়ী সকলৰ বাবে নিশ্চয়কৈ দুঃখবৰ! আজিৰে পৰা ৰাজ্যত ১৫ শতাংশলৈ সুৰাৰ মূল্য (Liquor Price Hike) বৃদ্ধি পালে। অসম চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা কৰ হ্ৰাসৰ ক্ষতিপূৰণ হিচাপে আবকাৰী শুল্ক (Excise Tax) বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ বাবে আবকাৰী শুল্ক (Excise Tax) বৃদ্ধিৰ ফলত আজিৰে পৰা সুৰাৰ মূল্য ১৫ শতাংশলৈ বৃদ্ধি পালে।
অৱশ্যে সকলো সুৰাৰ (Liquor) ক্ষেত্ৰতে মূল্য বৃদ্ধি পোৱা নায়। বীয়েৰ আৰু ৱাইনত কোনো কোনো অতিৰিক্ত কৰ আৰোপ কৰা নাই ৰাজ্য চৰকাৰে। কেৱল অধিক মূল্যৰ সুৰাৰ ক্ষেত্ৰতহে কৰ আৰু অধিক বৃদ্ধি পালে।
পিছে কোনটো ব্ৰেণ্ডৰ কিমান দাম বাঢ়িল। চাওক তালিকা-

Photo: Khatang Khobor





























Discussion about this post