অসম এৰিলে আই পি এছ বিষয়া আনন্দ মিশ্ৰই (IPS Anand Mishra)। অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ (Bihar Cadre) যাব IPS বিষয়াগৰাকী। শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে।
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/anand-mishra-comments-on-assam-state/8642/
ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল আনন্দ মিশ্ৰই (IPS Anand Mishra)। তাৰ পিছতেই এন অ চি দিলে অসম চৰকাৰে (Assam Govt)। বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGPৰ দায়িত্বত আছে মিশ্ৰ।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/pitbull-dog-attack-on-cow-watch-viral-video/11951/
Discussion about this post