Sky Lightning Viral Video: ইণ্টাৰনেটত কেতিয়া, কি দেখা পাই যাব পাৰে, এই কথাটোৰ অনুমান কৰাটো যথেষ্ট কঠিন। ইয়াত কেতিয়াবা এনেধৰণৰ ভিডিঅ’ (Viral Video) দেখা পোৱা যায়, যিয়ে হৃদয় স্পৰ্শ কৰে, আৰু কেতিয়াবা এনেধৰণৰ ভিডিঅ’ পোহৰলৈ আহে, যিবোৰ চাই মানুহে ভয় খাই যায়। শেহতীয়াকৈ, এনে এক ভয়ানক ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে আপোনাৰো বুকু কঁপাই তুলিব। দ্ৰুতগতিত ভাইৰেল হোৱা ভিডিঅ’টোত (Social Media Viral Video) এটা স্থানতে এটা সময়তে কেইবাবাৰো বজ্ৰ পৰা (Sky Lightning) দেখা গৈছে।
ইয়াত চাওক Viral Video:
বৰষুণৰ বতৰত আপুনি নিশ্চয় কোনো সময়ত অস্বাভাৱিক বজ্ৰ পৰা দেখিছে, কিন্তু বৰ্তমান ভাইৰেল হৈ থকা এই ভিডিঅ’টোত, এবাৰত এটা ঠাইত কেইবাবাৰো বজ্ৰ পৰা দেখা গৈছে। সাধাৰণতে বজ্ৰ পৰাৰ (Sky Lightning) বহু ভিডিঅ’ আপুনি কেইবাবাৰো দেখিছে। এনেধৰণে বজ্ৰ পৰা দেখাটো যথেষ্ট ভয়ানক। প্ৰকৃতিৰ এই আশ্চৰ্যকৰ দৃশ্য দেখি ছচিয়েল মিডিয়াত প্ৰায় লোকৰে গাৰ নোম শিয়ঁৰি উঠিছে।
এই ভিডিঅ’টো ছচিয়েল মিডিয়া (Social Media) প্লেটফৰ্ম টুইটাৰত World’s Amazing Things নামৰ এটা একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে, যিটো ভিডিঅ’ যথেষ্ট শ্বেয়াৰ হৈছে।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/bad-news-for-e-rikswa-drivers-by-apdcl-in-assam/11320/
Discussion about this post