• Home
  • Privacy Policy
  • Terms & Conditions
Tuesday, July 22, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
পাইলটৰ চিগাৰেট (Cigarette) আসক্তিয়ে প্ৰাণ কাঢ়িলে ৬৬ গৰাকী বিমান যাত্ৰীৰ; ২০১৬ত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ এতিয়া আহে পোহৰলৈ, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

1xBet>>官网365 vip<<1xBet 客服-1Xbet官方-1xbet官网-1XBET是什么平台-1xbet提款-1xbet下载 için arama sonuçlar

¿qué Premio Recibirán Los Campeones De Una Copa Codere 2023?

পাইলটৰ চিগাৰেট (Cigarette) আসক্তিয়ে প্ৰাণ কাঢ়িলে ৬৬ গৰাকী বিমান যাত্ৰীৰ; ২০১৬ত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ এতিয়া আহে পোহৰলৈ, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

২০১৬ চনৰ মে' মাহত পেৰিছৰ পৰা কাহিৰালৈ যোৱা ইজিপ্ত এয়াৰৰ (EgyptAir) এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। সেই সময়ত ইজিপ্তৰ কৰ্তৃপক্ষই সন্ত্ৰাসবাদী আক্ৰমণক দুৰ্ঘটনাটোৰ কাৰণ বুলি উল্লেখ কৰিছিল। দুৰ্ঘটনাটোৰ কাৰণ ফ্ৰান্সৰ বিমান বিশেষজ্ঞসকলৰ প্ৰতিবেদনত কোৱা হৈছে। কোৱা হৈছে যে পাইলটে চিগাৰেট (Cigarette) খাবলৈ লাইটাৰ জ্বলাইছিল, যাৰ বাবে ককপিটত জুই লাগিছিল।

Khatang Khobor by Khatang Khobor
May 2, 2022
in আন্তঃৰাষ্ট্ৰীয়, বিবিধ
0 0
Share on FacebookShare on Twitter

২০১৬ চনৰ মে’ মাহত পেৰিছৰ পৰা কাহিৰালৈ যোৱা ইজিপ্ত এয়াৰৰ (EgyptAir) এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বিমানখনত থকা আটাইকেইজন ৬৬ গৰাকী লোক নিহত (Killed 66) হৈছিল। এতিয়া দুৰ্ঘটনাটোৰ কাৰণ ফ্ৰান্সৰ বিমান বিশেষজ্ঞসকলৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কোৱা হৈছে যে বিমানখনৰ পাইলটজনৰ চিগাৰেট আসক্তিৰ বাবেই (Pilot’s Lit Cigarette Sparked Fire) দুৰ্ঘটনাটো সংঘটিত হৈছিল। পাইলটজনে চিগাৰেট জ্বলাবলৈ লাইটাৰ জ্বলাইছিল। লাইটাৰৰ পৰা ওলোৱা Sparkৰ বাবে ককপিটত জুই লাগিছিল।

১৩৪ পৃষ্ঠাৰ ৰিপৰ্টত কোৱা হৈছে যে ফ্লাইট নম্বৰ MS804ৰ পাইলটে ককপিটত এটা চিগাৰেট জ্বলাইছিল (Cigarette Caused A Cockpit Fire) যাৰ ফলত জৰুৰীকালীন মাস্কৰ পৰা অক্সিজেন লিক হোৱাত জুই লাগিছিল। তত্বাৱধান অভিযন্তাসকলে অক্সিজেন মাস্কটো স্বাভাৱিকৰ পৰা জৰুৰীকালীন অৱস্থালৈ স্থানান্তৰ কৰিছিল। মাস্কত কাৰিকৰী বিজুতি আছিল, যাৰ ফলত তাৰ পৰা অক্সিজেন নিগৰিবলৈ আৰম্ভ কৰিছিল। পাইলট মহম্মদ ছাইদ আলী শৌকাইৰৰ চিগাৰেট সেৱনৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ৰিপৰ্ট অনুসৰি, ইজিপ্তৰ পাইলটসকলে (Egyptian Pilots) নিয়মীয়াকৈ ককপিটত ধূমপান কৰিছিল। ২০১৬ চনলৈকে এয়াৰলাইনৰ দ্বাৰা ইয়াক নিষিদ্ধ কৰা হোৱা নাছিল। ৰিপৰ্টটো পেৰিছৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে।

পাইলটৰ চিগাৰেট (Cigarette) আসক্তিয়ে প্ৰাণ কাঢ়িলে ৬৬ গৰাকী বিমান যাত্ৰীৰ
পাইলটৰ চিগাৰেট (Cigarette) আসক্তিয়ে প্ৰাণ কাঢ়িলে ৬৬ গৰাকী বিমান যাত্ৰীৰ

ঘটনাটো ২০১৬ চনৰ মে মাহত সংঘটিত হৈছিল
২০১৬ চনৰ মে’ মাহত এয়াৰবাছ এ320 পেৰিছৰ পৰা কাহিৰালৈ উৰা মাৰিছিল। ই ৰহস্যজনক পৰিস্থিতিত ক্ৰেট দ্বীপৰ ওচৰৰ পূব ভূমধ্য সাগৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত ইজিপ্তৰ ৪০ জন, ফ্ৰাঞ্চৰ ১৫ জন, ইৰাকৰ ২ জন, কানাডাৰ দুজন আৰু আলজেৰিয়া, বেলজিয়াম, ব্ৰিটেইন, চাদ, পৰ্তুগাল, চৌদি আৰৱ আৰু চুদানৰ এজনকৈ যাত্ৰী নিহত হৈছিল। বিমানখন ৩৭,০০০ ফুট উচ্চতাত উৰি আছিল। ই গ্ৰীক দ্বীপ (Greek Island) কাৰ্পাথোছৰ (Karpathos) পৰা প্ৰায় ২৪০ কিলোমিটাৰ দূৰত নাইকিয়া হৈছিল। দুৰ্ঘটনাটোৰ পিছত এটা ডাঙৰ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল। বিমানখনৰ ব্লেক বাকচ গ্ৰীচৰ ওচৰত সাগৰত পোৱা গৈছিল। দুৰ্ঘটনাটোৰ সময়ত, ইজিপ্তৰ কৰ্তৃপক্ষই দাবী কৰিছিল যে ঘটনাটো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত হৈছিল।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-health-benefits-of-watermelon-seeds/8624/

Tags: ৬৬ গৰাকী লোক নিহতCigaretteCigarette Caused A Cockpit FireEgyptAirEgyptian PilotsInternationalKilled 66OthersPilot’s Lit Cigarette Sparked Fireআন্তঃৰাষ্ট্ৰীয়ইজিপ্ত এয়াৰইজিপ্তৰ পাইলটচিগাৰেটপাইলটৰ চিগাৰেট (Cigarette) আসক্তিবিবিধ
Previous Post

1xBet>>官网365 vip<<1xBet 客服-1Xbet官方-1xbet官网-1XBET是什么平台-1xbet提款-1xbet下载 için arama sonuçlar

Next Post

¿qué Premio Recibirán Los Campeones De Una Copa Codere 2023?

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

উপ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ।

উপ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ জগদীপ ধনখড়ৰ।

July 22, 2025
পাকিস্তানৰ ৰাজনীতিত আগমন ঘটিব নতুন “ৰাজকুমাৰ”ৰ ..

পাকিস্তানৰ ৰাজনীতিত আগমন ঘটিব নতুন “ৰাজকুমাৰ”ৰ ..

July 17, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist