কাইলৈ পৰা ৰাজ্যত (Assam) অৰ্থাৎ শুকুৰবাৰৰ পৰা দুদিনলৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প (Petrol Pump)। ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ ৰাজ্যৰ সকলো পেট্ৰ’ল পাম্প বন্ধ থাকিব।
এই সিদ্ধান্ত গ্ৰহণ কৰিছে নৰ্থ ইষ্ট পেট্ৰল পাম্প সংস্থাই। সংস্থাৰ ১০ দফীয়া দাবীক কাৰ্যত ৰূপ দিয়াৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/food/24-karat-gold-plated-bahubali-gold-momo-in-mumbai/3737/
Discussion about this post