কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা বাইক চলোৱাৰ (Bike Rider) ক্ষেত্ৰত সলনি হ’ব নিয়ম (Rule)। বাইকৰ চালক আৰু আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট।
অৰ্থাৎ বাইকত দুজন গ’লে দুয়োজনেই পৰিধান কৰিব লাগিব হেলমেট (Helmet)। এই নিয়ম নামানিলে ভৰিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা (Fine)। মঙলবাৰে পৰিবহন বিভাগে (Transport Department) মহানগৰীৰ গণেশগুৰিত সজাগ কৰিলে বাইক আৰোহীক। বিভাগটোৱে বাইক আৰোহীসকলক এই সন্দৰ্ভত অৱগত কৰোৱায়।
Photo: Google





























Discussion about this post